আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur

Votre vidéo commence dans 10
Passer (5)
cash machine v4

Merci ! Partagez avec vos amis !

Vous avez aimé cette vidéo, merci de votre vote !

Ajoutées by admin
90 Vues
আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur

আজিৰ পৰা ১৫ বছৰ পূৰ্বে হাতত মাত্ৰ ১৫০০ টকা লৈ তেওঁ ঘৰৰ পৰা নাইকীয়া হৈছিল
uparjan: 9101735732

প্ৰথমে গুৱাহাটীৰ এখন হোটেলত কাম কৰাৰ পাছত কলিকতা এট আই টি কোম্পানীত শিকিছিল কম্পিউটাৰৰ কাম ৷

ইয়াৰ পাছতে তেওঁ ওলতি চাব লগীয়া হোৱা নাছিল ৷ মু্ম্বাইত /ডুবাইৰ দৰে ঠাইত কাম কৰাৰ পাছত অধিক টকা উপাৰ্জন কৰিবলৈ তেওঁ উপস্থিত হৈছিলগৈ আমেৰিকাত ৷

আমেৰিকাত আই টি চেক্টৰত কাম কৰি কিছু পুঁজি গোটাই এদিন ঘূৰি আহিল অসমলৈ
uparjan.in
Catégories
Entrepreneur

Ajouter un commentaire

Connectez-vous ou inscrivez-vous pour poster un commentaire.

Commentaires

Soyez le premier à commenter cette vidéo.